চলক
চলক হৈছে এটা মানৰ নাম। ধৰা দি চলক বনোৱা হয়, ঠিক অসমীয়া অংকৰ কিতাপৰ দৰে: ধৰা হওক x = ৫।
চলক বনাওক
dhora nogor = "Guwahati"
dhora jonoxonkhya = 1128000
kowa(nogor, jonoxonkhya)
ফলাফল
Guwahati 1128000
নামত অসমীয়া বা ইংৰাজী আখৰ, অংক আৰু _ থাকিব পাৰে, কিন্তু অংকেৰে আৰম্ভ হ’ব নোৱাৰে। ক্ষ-ৰ দৰে যুক্তাক্ষৰো ঠিকেই চলে।
মান সলনি কৰক
চলক এটা বনোৱাৰ পিছত = দি নতুন মান দিয়ক (ধৰা নিদিয়াকৈ):
সাৱধান
নাম বনোৱাৰ আগতে ব্যৱহাৰ কৰাটো ভুল (R001)। একেটা ব্লকত একেটা নাম দুবাৰ বনোৱাটোও ভুল (R002)।
মান নথকা চলক
মান নিদিয়াকৈ বনোৱা চলকত খালী থাকে:
পৰিসৰ
চলক এটা যি ব্লক { … }-ত বনোৱা হয়, তাৰ ভিতৰতে থাকে। ব্লকৰ ভিতৰৰ ক’ডে বাহিৰৰ চলক দেখা পায়, কিন্তু বাহিৰৰ ক’ডে ভিতৰৰ চলক দেখা নাপায়:
ধৰা বাহিৰ = "বাহিৰ"
যদি (সঁচা) {
ধৰা ভিতৰ = "ভিতৰ"
কোৱা(বাহিৰ, ভিতৰ)
}
কোৱা(বাহিৰ)
ফলাফল
বাহিৰ ভিতৰ বাহিৰ
dhora bahir = "bahir"
jodi (xosa) {
dhora bhitor = "bhitor"
kowa(bahir, bhitor)
}
kowa(bahir)
ফলাফল
bahir bhitor bahir
বাক্য শেষ কৰা
প্ৰতিটো বাক্য শাৰীৰ শেষত শেষ হয়। এটা শাৰীত কেইবাটাও লিখিবলৈ ; বা দাড়ি । ব্যৱহাৰ কৰক: